বন্ধ হ’ব গুৱাহাটীৰ ৭০ খন হোটেল আৰু ৰেস্তুৰাঁ…

ডিজিটেল ডেস্কঃ বন্ধ হ’ব গুৱাহাটী মহানগৰীৰ প্ৰায় ৭০ খন হোটেল আৰু ৰেস্তুৰাঁ। অচিৰেই মহানগৰীৰৰ ভিন্ন প্ৰান্তত থকা এই ৭০ খন হোটেলত ওলমিব তলা। উপযুক্ত সা-সুবিধা উপলদ্ধ নোহোৱাৰ বাবেই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এই হোটেল সমূহ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিশুদ্ধ খোৱাপানী আৰু ই টি অৰ ব্যৱস্থাৰ অভাৱৰ অভিযোগ থকা এই আটাইকেইখন হোটল অচিৰেই বন্ধ কৰিবলৈ নিৰ্দেশ দিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে।

The post বন্ধ হ’ব গুৱাহাটীৰ ৭০ খন হোটেল আৰু ৰেস্তুৰাঁ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2NbR6Be
via IFTTT

Comments