কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা

- কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা।
- এন আৰ চি সেৱা কেন্দ্ৰত উপলব্ধ হ’ব এই তালিকা।
- তালিকাত অন্তৰ্ভূক্ত হ’ব এন আৰ চিত বাদ পৰা লোকসকল।
- ইফালে মনোনীত এন আৰ চিৰ সেৱা কেন্দ্ৰৰ লগতে এই তালিকা উপলব্ধ হ’ব উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
- অনলাইনযোগেও লাভ কৰিব এই তালিকা।
- www.nrcassam.nic.inত কোনো লোকে দেখিবলৈ পাব এই তালিকা।
- ৩১ জুলাইত সম্পূৰ্ণ এন আৰ চি প্ৰকাশ পাব।
- বুধবাৰে প্ৰকাশ পাব লগা তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।
- উল্লেখ্য যে, বুধবাৰে প্ৰকাশ পাব লগা তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱা সকলো লোকলৈ জাননী প্ৰেৰণ কৰা হ’ব।
The post কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2J8tCI3
via IFTTT
Comments
Post a Comment