ছত্তীশগড়ৰ বীজাপুৰত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান, আহত ১

- ছত্তীশগড়ৰ বীজাপুৰত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ নক্সালবাদীৰ।
- বীজাপুৰৰ কেশকুতুলত নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।
- আক্ৰমণত নিহত হৈছে এগৰাকী চি আৰ পি এফ জোৱান।
- আনহাতে এজন চি আৰ পি এফ জোৱান গুৰুতৰভাৱে আহত হৈছে।
- আহত জোৱানজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- উল্লেখ্য যে, বীজাপুৰত দুদিন পূৰ্বেও আক্ৰমণ চলাইছিল নক্সালবাদীয়ে।
The post ছত্তীশগড়ৰ বীজাপুৰত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান, আহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2X8Iifp
via IFTTT
Comments
Post a Comment