প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাতৃ-পত্নীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ

- চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে নাবাম হাৰি আৰু নাবাম মেৰিক।
- দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দুয়োকে।
- নাবাম হাৰি হ’ল অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ ভাতৃ।
- নাবাম মেৰি হৈছে নাবাম হাৰিৰ পত্নী।
- চৰকাৰী আঁচনি ৰূপায়নৰ নামত দুুয়োৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ।
- এই অভিযোগত গ্ৰেপ্তাৰ কৰিছে অৰুণাচলৰ এজন গড়কাপ্তানি বিভাগৰ বিষয়াকো।
- তিনিওকে গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে।
The post প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাতৃ-পত্নীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IUGu5L
via IFTTT
Comments
Post a Comment