কোৰোনাত আক্ৰান্ত হৈ মুম্বাইত আন এগৰাকী ৰোগীৰ মৃত্যু…

- কোৰোনা ভাইৰাছত আন এজনৰ মৃ্ত্যু।
- মুম্বাইত মৃত্যু হৈছে এগৰাকী ৬৫ বছৰীয়া মহিলাৰ।
- নিহতৰ সংখ্যা ১৪ লৈ বৃদ্ধি
- মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল কোৰোনাৰ অৱস্থিতি।
- মহাৰাষ্ট্ৰত স্বাস্থ্য বিভাগে কোৰোনাত আক্ৰান্ত হৈ তেঁঁও মৃত্যু হোৱা বুলি ঘোষমা কৰে।
- মহাৰাষ্ট্ৰত নতুনকৈ আজি ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- এই পৰ্যন্ত মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১২৪।
The post কোৰোনাত আক্ৰান্ত হৈ মুম্বাইত আন এগৰাকী ৰোগীৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UiGLF8
via IFTTT
Comments
Post a Comment