ইটালিত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; বৃহস্পতিবাৰে ৬৬২ গৰাকী লোকে হেৰুৱালে প্ৰাণ
ইটালি আৰু স্পেইনত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। ইটালিত নতুনকৈ ৬,১৫৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ৱাশ্বিংটনৰ জন হপকিন্স য়ুনিভাৰ্চিটিৰ মতে ইটালিত এই ভাইৰাছবিধ নতুনকৈ ৬,১৫৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে। দেশখনত এই পৰ্যন্ত ৮০,৫৮৯ গৰাকী লোক আক্ৰান্ত হৈছে। সংক্ৰমণৰ সংখ্যা চীনক স্পৰ্শ কৰিলে। ইটালিৰ চিভিল প্ৰ’টেকশ্যন এজেন্সিৰ ৰিপ’ৰ্ট অনুসৰি দেশখনত বৃহস্পতিবাৰে ৬৬২ […]
The post ইটালিত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; বৃহস্পতিবাৰে ৬৬২ গৰাকী লোকে হেৰুৱালে প্ৰাণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QNjidi
via IFTTT
Comments
Post a Comment