COVID19ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ চলি থকাৰ মাজতে ৰাজ্যপালসমূহক সম্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে
COVID19ৰ সংকটৰ মাজতে এক অভূতপূৰ্ব পদক্ষেপ হিচাপে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে শুকুৰবাৰে পুৱা দেশৰ সকলো গৱৰ্ণৰ আৰু লেফটেনেন্টে গৱৰ্ণৰক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সিং যোগে সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও তেওঁৰ বাসভৱনৰ পৰাই সকলো গুৰুত্বপূৰ্ণ সভাত অংশ ল’ব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতিৰ কনফাৰেন্সত ৰেডক্ৰছ ছচাইটিকে ধৰি শীৰ্ষ স্বেচ্ছাসেৱী সংগঠনসমূহো উপস্থিত থাকিব। কনফাৰেন্সিঙৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ […]
The post COVID19ৰ বিৰুদ্ধে ভাৰতৰ যুঁজ চলি থকাৰ মাজতে ৰাজ্যপালসমূহক সম্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2xoMz7l
via IFTTT
Comments
Post a Comment