কোৰোনাৰে যুঁজ কৰিবলৈ শিৱসেনাৰ সকলো বিধায়ক-সাংসদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াব এমাহৰ দৰমহা….

- শিৱসেনাৰ সকলো সাংসদ আৰু বিধায়কৰ সুন্দৰ পদক্ষেপ।
- কোৰোনাৰ সন্ত্ৰাসৰ সময়তে আক্ৰান্তসকলক সহায়ৰ বাবে ওলাই আহিছে দলটোৰ সাংসদ আৰু বিধায়কসকল।
- মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ তেওঁলোকে আগবঢ়াব এমাহৰ দৰমহা।
- কোৰোনাৰ সৈতে যুঁজ কৰিবলৈ এই ধনৰাশি আগবঢ়াব।
- উল্লেখ্য যে, কোৰোনাই ভয়ংকৰ ৰূপ লৈছে ভাৰতত।
- এতিয়ালৈকে ২০ গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত।
The post কোৰোনাৰে যুঁজ কৰিবলৈ শিৱসেনাৰ সকলো বিধায়ক-সাংসদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াব এমাহৰ দৰমহা…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dzuZ11
via IFTTT
Comments
Post a Comment