ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকাডাউনৰ বাবে বাঁহ বান্ধি বন্ধ কৰিলে পথ, VIDEO

  • ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকডাউনৰ প্ৰভাৱ।।
  • গাঁঁৱৰ যুৱক সকলে এনেদৰে বন্ধ কৰে গাঁৱৰ পথ।
  • গাঁৱত যাতে কোনো লোক প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে এনেদৰে বাঁহ বান্ধি দিছে পথত।
  • জৰুৰীকালীন সেৱাৰ বাহিৰে ৰহাৰ ডিমৌৰ বালিসৰাত প্ৰবেশ নিষেধ সকলোৰে৷
  • ১৪ এপ্ৰিললৈকে গাঁৱত বাহিৰৰ লোকৰ প্ৰবেশ নিষেধ৷

The post ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকাডাউনৰ বাবে বাঁহ বান্ধি বন্ধ কৰিলে পথ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UjoUy2
via IFTTT

Comments