দেশজুৰি লকডাউন চলিছে যদিও অসমৰ চাহ বাগিচাৰ শ্ৰমিকে নাজানে কৰ’নাভাইৰাছ কি?
চুবুৰীয়া দুখন ৰাজ্য মণিপুৰ আৰু মিজোৰামত নভেল কৰ’নাভাইৰাছৰ দুটা পজিটিভ ঘটনা পোহৰলৈ অহাৰ পাছত অসমত এতিয়া অতি সতৰ্কতা অৱলম্বন কৰা হৈছে। অসম চৰকাৰে গোটেই ৰাজ্যখনতে উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথা কঠোৰ নিৰীক্ষণ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। ৰাজ্যখনত ২১ দিনৰ বাবে ৰাষ্ট্ৰীয় লকডাউনৰ বাবে প্ৰস্তুতি চলাইছে যদিও দৈনিক হাজিৰা কৰা লোক, বিশেষকৈ চাহ বাগিচাৰ […]
The post দেশজুৰি লকডাউন চলিছে যদিও অসমৰ চাহ বাগিচাৰ শ্ৰমিকে নাজানে কৰ’নাভাইৰাছ কি? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3dofmJw
via IFTTT
Comments
Post a Comment