চীন আৰু ইটালীক অতিক্ৰমি কৰ’না ভাইৰাছৰ সৰ্বাধিক পজিটিভৰ ঘটনা আমেৰিকাত

কৰ’নাৰ সৰ্বাধিক পজিটিভ ঘটনাৰ ক্ষেত্ৰত আমেৰিকা প্ৰথম স্থানত উপনীত হৈছে। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি, আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা ৮১,৩২১ জনলৈ বৃদ্ধি পাইছে। প্ৰায় ৩৩কোটি জনসংখ্যাৰ দেশ আমেৰিকাই কৰ’না ভাইৰাছ আক্ৰান্তৰ ক্ষেত্ৰত চীন আৰু ইটালীকো অতিক্ৰম কৰিছে। ইটালীত এতিয়ালৈকে ৮০,৫৩৯ আৰু চীনত ৮১,২৮৫জনৰ কৰ’না পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। কৰ’না নিউয়ৰ্কত সাংঘাতিকভাৱে বিয়পি পৰিছে। চহৰখনৰ বিশাল কনভেনশ্যন […]

The post চীন আৰু ইটালীক অতিক্ৰমি কৰ’না ভাইৰাছৰ সৰ্বাধিক পজিটিভৰ ঘটনা আমেৰিকাত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2UDWnCd
via IFTTT

Comments