পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে

- কোৰোনা ভাইৰাছক লৈ সৃষ্টি সন্ত্ৰাসৰ মাজতে সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।
- শক্তিকাম দাসে সম্বোধন কৰিব সংবাদমাধ্যমক।
- পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব গৱৰ্ণৰগৰাকীয়ে।
- কোৰোনাৰে যুঁজিবলৈ আৰ্থিক সাহাৰ্য্যৰ পেকেজ ঘোষণাৰ সম্ভাৱনা।
The post পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3buIInP
via IFTTT
Comments
Post a Comment