নলবাৰীত ব্ৰহ্মপুত্ৰত নিখোজ যুৱক, এছডিআৰএফৰ উদ্ধাৰ অভিযান…

- নলবাৰীত ব্রহ্মপুত্রত গা ধুবলৈ গৈ নিখোজ এজন যুৱক।
- নিখোজ হোৱা যুৱকজনৰ নাম মহম্মদ আলী ওৰফে ফালু।
- বৰক্ষেত্রীৰ কুৰিহামাৰি চৰত সংঘটিত এই ঘটনা।
- বিয়লি ভাগত নদীত গা ধুবলৈ গৈছিল মহম্মদ আলী।
- নদীৰ পাৰত উদ্ধাৰ ফালুৰ ম’বাইল ফোন, চেণ্ডেল, পিন্ধা কাপোৰ।
- নিশা হোৱাৰ বাবে পুৱাহে উদ্ধাৰ অভিযান চলাব SDRF-এ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31eIFN7
via IFTTT
Comments
Post a Comment