ক্ষেত্ৰীত ৰে’লৰ খুন্দাত মৃত্যু দুটা হাতীৰ…

- মহানগীৰৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত দুৰ্ভাগ্যজনক ঘটনা।
- পুনৰ ৰে’লৰ খুন্দাত মৃত্যু বন্যহস্তীৰ।
- ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হ’ল হাতী দুটাৰ।
- এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকৃতিপ্ৰেমীৰ।
- স্থানীয় ৰাইজে হাতী দুটাৰ মৃতদেহৰ সন্মুখত পূজা-অৰ্চনা আগবঢ়ায়।
- ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী প্ৰকৃতিপ্ৰেমী দল-সংগঠনৰ।
- স্থানীয় ৰাইজে সন্দেহ কৰা মতে ধান খাবলৈ আহিছিল হাতীৰ জাকটো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3obujGu
via IFTTT
Comments
Post a Comment