বেংকৰ গ্ৰাহকলৈ সকাহ; মাৰ্চৰ তিনিদিনীয়া ধৰ্মঘট স্থগিত

মাৰ্চত বেংকৰ ধৰ্মঘটৰ পৰা গ্ৰাহকে পালে সকাহ। মার্চত ঘোষণা কৰা তিনিদিনীয়া ধৰ্মঘট স্থগিত ৰখা হৈছে। শনিবাৰে মুম্বাইত আন্দোলনকাৰীৰ সৈতে ইণ্ডিয়ান বেংক এছোচিয়েশ্যনৰ বৈঠকৰ পাছত তিনিদিনীয়া ধৰ্মঘট স্থগিত ৰখা হৈছে। ইয়াৰ ফলত দৌলৰ পাছতে ১১,১২ আৰু ১৩ তাৰিখে গ্ৰাহকে বেংকৰ সেৱা লাভ কৰিব। স্বাভাৱিকতে এই খৱৰে গ্ৰাহকৰ বাবে সকাহৰ সৃষ্টি কৰিছে। চলিত বিত্তীয় বৰ্ষৰ শেষত অৰ্থাৎ […]

The post বেংকৰ গ্ৰাহকলৈ সকাহ; মাৰ্চৰ তিনিদিনীয়া ধৰ্মঘট স্থগিত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3aim4yw
via IFTTT

Comments