চামগুৰিত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা
ক্ৰীড়া ভাৰতীৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা “টাগ অব ৱাৰ” নগাঁও সমিতিৰ সহযোগত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সোমবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয় ৯তম সদৌ অসম আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা। প্ৰায় এঘাৰখন জিলাৰ পৰা অহা পুৰুষ-মহিলাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে এই ৰচী টনা প্ৰতিযোগিতা খনত। বিধায়ক ৰাজেন বৰঠাকুৰৰ প্ৰতচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন […]
The post চামগুৰিত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3ap2tfQ
via IFTTT
Comments
Post a Comment