বৃহৎ পৰিমাণৰ জাল নোট উদ্ধাৰ ৰিজাৰ্ভ বেংকৰ পেৰাত
বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ কৰা হৈছে ৰিজাৰ্ভ বেংকৰ পেৰাত। উত্তৰ প্ৰদেশৰ লক্ষ্মৌ মহানগৰৰ কটাৱলীত উদ্ধাৰ হৈছে এই জাল নোটখিনি। ৮১.৮৩ লাখৰ এই বৃহৎ পৰিমাণৰ জাল নোটখিনি ১০০০ আৰু ৫০০ টকীয়া নোটৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মেট্ৰ’ৰ কটৱালীৰ এজন ৰিজাৰ্ভ বেংকৰ সহকাৰী পৰিচালক অনুপম প্ৰতীক কুজুৰে এই সন্দৰ্ভত ইতিমধ্যে কটাৱলী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ […]
The post বৃহৎ পৰিমাণৰ জাল নোট উদ্ধাৰ ৰিজাৰ্ভ বেংকৰ পেৰাত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2uLYFGr
via IFTTT
Comments
Post a Comment