দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হৈছে বিজেপিৰ সংসদীয় দলৰ বৈঠক

  • দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হৈছে বিজেপিৰ সংসদীয় দলৰ বৈঠক।
  • পুৱা প্ৰায় ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে এই বৈঠক।
  • বৈঠকত উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেবাগৰাকী বিজেপিৰ নেতা-মন্ত্ৰী।
Image
  • সাংসদ সকলৰ কাম কাজ সন্দৰ্ভত এই বৈঠকত হৈছে আলোচনা।
  • লগতে বিজেপিৰ উন্নয়নমুখী আঁচনি সন্দৰ্ভতো বৈঠকত গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
Image
  • সংসদৰ লাইব্ৰেৰী অট্টালিকাত এই বৈঠক অনুষ্ঠিত হৈছে।
  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও বৈঠকত উপস্থিত আছে।

The post দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হৈছে বিজেপিৰ সংসদীয় দলৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ThngfN
via IFTTT

Comments

Popular Posts