অগপৰ যুৱ পৰিষদৰ সভাপতিসহ ৬ জনক গ্ৰেপ্তাৰ…

- মহানগৰীত হাটশিঙিমাৰী জিলা আৰক্ষীৰ অভিযান।
- দক্ষিণ শালমাৰা মানকাচৰ জিলা অগপৰ যুৱ পৰিষদৰ সভাপতিসহ ৬ জনক গ্ৰেপ্তাৰ।
- জিলা সভাপতি জৰিউল ইছলামক গ্ৰেপ্তাৰ।

- জিলা অতিৰিক্ত উপায়ুক্ত চৈবুৰ ৰহমানৰ পৰা ধন দাবী কৰাৰ লগতে ৩০-৩৫ জনীয়া তালিকা প্ৰস্তুত কৰি জোৰ-জবৰদস্তি কৰি মাটি আবন্টন বিচৰাৰ অভিযোগত গোচৰ দিছিল অতিৰিক্ত উপায়ুক্তই।

- জিলা প্ৰশাসনক বদনাম কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।
- সামাজিক মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিছিল।

- ঘটনাক লৈ শনিবাৰে জিলা প্ৰশাসনে এজাহাৰ দাখিল কৰিছিল।
- উক্ত দিনাই সংবাদ মেল পাতিছিল জিলা প্ৰশাসনে।
The post অগপৰ যুৱ পৰিষদৰ সভাপতিসহ ৬ জনক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VHb1e5
via IFTTT
Comments
Post a Comment