গুৱাহাটীত দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • গুৱাহাটীত দেওবাৰে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭৪.০৮ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৪.৪৩ টকা।
  • গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৪৪ টকা।
  • শনিবাৰে এই মূল্য আছিল ৬৭.৮০ টকা।
  • বিগত কিছুদিন ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।

The post গুৱাহাটীত দেওবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39eYPW2
via IFTTT

Comments