ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড

  • ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত।
  • মিছন ৰোডত এই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
  • সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ।
  • গোলাপ দাস নামৰ লোকজনৰ বাসগৃহ ভস্মীভূত হয়।
  • কোনোমতে ৰক্ষা পৰে পৰিয়ালৰ সদস্যসকল।

The post ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IghXHf
via IFTTT

Comments

Popular Posts