দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আপ সাংসদৰ প্ৰতিবাদ, বিজেপিক হিংসা সমৰ্থনকাৰী চৰকাৰ আখ্যা…

- দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ আম আদমী পাৰ্টীৰ।
- সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তি সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ সাংসদে।
- বিজেপি চৰকাৰক হিংসা সমৰ্থনকাৰী চৰকাৰ আখ্যা আপ সাংসদসকলৰ।
- হাতত ‘হিংসা সমৰ্থক বিজেপি চৰকাৰ মুৰ্দাবাদ মুৰ্দাবাদ’ লিখা প্লে’কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।
- উল্লেখ্য যে, উত্তৰ পূব দিল্লীৰ হিংসাত্মক ঘটনাত সোমবাৰে নিহতৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে।
The post দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আপ সাংসদৰ প্ৰতিবাদ, বিজেপিক হিংসা সমৰ্থনকাৰী চৰকাৰ আখ্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38eqgxV
via IFTTT
Comments
Post a Comment