গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত দিল্লীত বাওঁপন্থী দলৰ সাংসদৰ প্ৰতিবাদ…

- দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰোধিতা।
- গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী।
- বাওঁপন্থী দলৰ সাংসদসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ।
- গৃহমন্ত্ৰী অমিত শ্বাহ বিফল হোৱাৰ অভিযোগ।
- সংসদভৱনৰ গান্ধী প্ৰতিমূৰ্তিৰ ওচৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে।
- হাতে হাতে প্লে’ কাৰ্ড লৈ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।
The post গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত দিল্লীত বাওঁপন্থী দলৰ সাংসদৰ প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q0iC3Z
via IFTTT
Comments
Post a Comment