হিমাচল প্ৰদেশ পালেহি কোৰোনা ভাইৰাছ

- হিমাচল প্ৰদেশ পালেহি কোৰোনা ভাইৰাছ।
- হিমাচল প্ৰদেশত কোৰোনা ভাইৰাছত এজন লোক আক্ৰান্ত হোৱা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ।
- তেওঁ কয় যে, এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতিৰ সন্দেহ কৰা হৈছে।
- অৱশ্যে এতিয়াই এই কথা কোৱাটো ভাল নহয়।
- পৰীক্ষা-নিৰীক্ষা কৰা হৈছে।
- পৰীক্ষাৰ অন্তত লাভ কৰা ফলাফলৰ দ্বাৰাহে সঠিক কথা জানিব পৰা যাব।
- আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা লোকজনৰ ঘৰ বিলাসপুৰত।
The post হিমাচল প্ৰদেশ পালেহি কোৰোনা ভাইৰাছ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3crJ145
via IFTTT
Comments
Post a Comment