কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ

কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ দিছে ৰাজ্যিক বিজেপিয়ে। মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা অপৰাজিতা ভূঞাই দিচপুৰ থানাত বৰঠাকুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বৰঠাকুৰৰ বিৰুদ্ধে মোদী-অমিত শ্বাহক লৈ অপমান সূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মোদী অমিত-শ্বাহক সন্ত্ৰাসবাদীৰে তুলনা কৰাৰ গুৰুতৰ অভিযোগ তোলে […]

The post কা বিৰোধী আন্দোলনৰ সক্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে গোচৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Iee99t
via IFTTT

Comments

Popular Posts