ভয়ংকৰ নাও দুৰ্ঘটনা, ৩ যুৱতী-২ মহিলা সন্ধানহীন…

- উত্তৰ প্ৰদেশত নাও দুৰ্ঘটনা।
- নাও দুৰ্ঘটনাৰ ফলত সন্ধানহীন হৈ আছে ৫জন লোক।
- শনিবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হয়।
- সন্ধানহীন হৈ আছে দুগৰাকী মহিলাসহ ৩ যুৱতী।
- চানদৌলিৰ মাহুজিত নাও দুৰ্ঘটনা হৈছে।
- এনডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
The post ভয়ংকৰ নাও দুৰ্ঘটনা, ৩ যুৱতী-২ মহিলা সন্ধানহীন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VBbX3A
via IFTTT
Comments
Post a Comment