মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

- মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
- মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱালে তৃতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীগৰাকীক।
- ১১ বজাত দুয়োজনৰ মাজত হ’ব বৈঠক।
- সংসদত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
- দিল্লীৰ হিংসাত্মক ঘটনাক লৈ আলোচনা হোৱাৰ সম্ভাৱনা।
- উল্লেখ্য যে, দিল্লীত কাৰ বিৰোধৰ নামত হোৱা হিংসাত্মক ঘটনাত ৪৭ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।
The post মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TBnugV
via IFTTT
Comments
Post a Comment