কাছাৰত চৰকাৰী কৰ্মচাৰীৰ আত্মহত্যা…

  • কাছাৰত চৰকাৰী কৰ্মীৰ আত্মহত্যা ৷
  • ভাড়াঘৰত চীপ লৈ আত্মহত্যা কৰে মনোজ কলিতাই ৷
  • নৰছিংপুৰৰ ভাড়াঘৰত মঙলবাৰে নিশা সংঘটিত এই ঘটনা ৷
  • সমাজ কল্যাণ বিভাগত কৰ্মৰত কলিতা ৷
  • কলিতাৰ ঘৰ নলবাৰীৰ মোহিনাত ৷
  • আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷
  • দণ্ডাধীশৰ উপস্হিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে নিশাই এছএমছি হাস্পতালয়লৈ প্ৰেৰন কৰে ৷
  • আৰক্ষীৰ প্ৰাথমিক তদন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে ৷

The post কাছাৰত চৰকাৰী কৰ্মচাৰীৰ আত্মহত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MWipxi
via IFTTT

Comments