৫ নৱেম্বৰৰ পৰা পুস্কৰণ মেলা ; ২৫১ টকাতে গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব পাৰিব

অহা ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ’ব পুস্কৰণ মেলা। ইতিমধ্যে পূৰ্ণ গতিত চলিছে মেলাৰ প্ৰস্তুতিৰ কাম-কাজ। দেওবাৰে অৰ্থাৎ ২৭ অক্টোবৰত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে মেলাস্থলীত উপস্থিত হৈ মেলাৰ প্ৰস্তুতিৰ বুজ লয়। স্নান ঘাট, শৌচাগাৰ, খোৱাপানী আৰু স্বচ্ছতাৰ ক্ষেত্ৰত কেনেদৰে কাম […]

The post ৫ নৱেম্বৰৰ পৰা পুস্কৰণ মেলা ; ২৫১ টকাতে গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব পাৰিব appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2pWCeM9
via IFTTT

Comments