কচুৱা শিমলুগুৰিত বন্যহস্তীৰ সন্ত্ৰাস…

- কচুৱা শিমলুগুৰিত বন্যহস্তীৰ সন্ত্ৰাস ৷
- পুৱাৰে পৰা দুটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় শিমলুগুৰ, শিহুৱাপাৰ, জুকুটা আদি অঞ্চলত ৷
- দুখন গাড়ী ক্ষতি কৰাৰ লগতে কেইবাটাও বাস গৃহৰ ক্ষতিসাধন কৰিলে বন্যহস্তীয়ে ৷
- বনবিভাগৰ নিলিপ্ত ভূমিকাত ক্ষুন্ন স্থানীয় ৰাইজ।
The post কচুৱা শিমলুগুৰিত বন্যহস্তীৰ সন্ত্ৰাস… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32MpF4o
via IFTTT
Comments
Post a Comment