বন্যহস্তীৰ আক্ৰমণত ২৪ ঘন্টাত ৫ জনৰ মৃত্যুঃ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা, ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। বুধবাৰে পুৱা বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। ২৪ ঘণ্টাত মাটিয়া অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে ৫ জন লোকৰ।
বন বিভাগে নিৰ্লিপ্ত ভূমিকা পালন কৰা বুলি গঞাৰ মুকলি অভিযোগ।মাটিয়া থানাৰ সন্মুত ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে ক্ষুব্ধ ৰাইজ।গঞা ৰাইজক বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা স্থায়ী সমাধান লাগে।
The post বন্যহস্তীৰ আক্ৰমণত ২৪ ঘন্টাত ৫ জনৰ মৃত্যুঃ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা, ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34id3m5
via IFTTT
Comments
Post a Comment