মেঘালয়ত বি এছ এফৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত; অসমৰ ব্যক্তি নিহত, ২২জন আহত
বুধবাৰে মেঘালয়ৰ পূব জয়ন্তিয়া পাহাৰত এখন বাছ পথৰ পৰা তললৈ বাগৰি পৰাৰ ফলত ১জন লোকৰ মৃত্যু হোৱাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ ২০জন জোৱানকে ধৰি ২২ গৰাকী ব্যক্তি আহত হয়। মেঘালয় আৰক্ষীৰ মতে দুৰ্ঘটনাগ্ৰস্ত বাছখন বি এছ এফৰ ৯৩ বেটেলিয়নে ৰিক্যুইজিশ্যন কৰি নিছিল। নিহত লোকজন বাছখনৰ যোগালী জগত গগৈ বুলি চিনাক্ত কৰা হৈছে। […]
The post মেঘালয়ত বি এছ এফৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত; অসমৰ ব্যক্তি নিহত, ২২জন আহত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2NuCSZ5
via IFTTT
Comments
Post a Comment