পঞ্জাৱ বিজেপিৰ প্ৰাক্তন সভাপতিৰ মৃত্যু…

- পঞ্জাৱ বিজেপিৰ প্ৰাক্তন সভাপতিৰ মৃত্যু।
- দেওবাৰে মৃত্যু হয় কমল শৰ্মাৰ।
- হাৰ্ট এটেকত মৃত্যু হয় নেতাগৰাকীৰ।
- ফিৰোজপুৰ জিলাত মৃত্যু হয় কমল শৰ্মাৰ।
- তেখেতৰ মৃ্ত্যুত শোক ব্যক্ত কৰিছে বিজেপিয়ে।
The post পঞ্জাৱ বিজেপিৰ প্ৰাক্তন সভাপতিৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32Q2yWR
via IFTTT
Comments
Post a Comment