মধ্য প্ৰদেশত দুখন বাহনৰ মাজত সংঘৰ্ষত নিহত ৬জন

  • মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।
  • দুখন বাহনৰ মাজত সংঘৰ্ষত নিহত হৈছে ৬জন লোক।
  • ইফালে আহত হৈছে ৫ জন লোক।
  • ইণ্ড’ৰৰ তেজাজী নগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • পুৱাই সংঘটিত দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছা।
  • নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও।
  • এগৰাকী সেনা বিষয়াও এই দুৰ্ঘটনাত নিহত হৈছে।

The post মধ্য প্ৰদেশত দুখন বাহনৰ মাজত সংঘৰ্ষত নিহত ৬জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31Pp7ti
via IFTTT

Comments