আজিৰ পৰা যােৰহাট-দিল্লীলৈ পােনপটীয়া ইণ্ডিগ’ বিমান সেৱা
আজিৰে পৰা যোৰহাট-দিল্লীলৈ আৰম্ভ হৈছে পোনপটীয়া ইণ্ডিগ’ বিমান সেৱা। আজি অৰ্থাৎ দেওবাৰে দিনৰ ১১-৪০ বজাত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে ফ্লেগ অফ কৰি যোৰহাটৰ পৰা দিল্লীলৈ পোনপটীয়াকৈ চলাচল কৰিব লগীয়া বিমান সেৱাৰ শুভাৰম্ভ কৰিব। সপ্তাহটোত সাত দিনেই চলাচল কৰিব লগীয়া এই বিমান সেৱা যোৰহাটৰ পৰা দিল্লীলৈ দিনৰ ১১-৪০ বজাত যাত্ৰা কৰিব। অৱশ্যে এই বিমান সেৱা […]
The post আজিৰ পৰা যােৰহাট-দিল্লীলৈ পােনপটীয়া ইণ্ডিগ’ বিমান সেৱা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2JpNR50
via IFTTT
Comments
Post a Comment