ধেমাজিৰ চমৰাজানত ১০৮ মৃত্যুঞ্জয় বাহন আৰু i20 বাহনৰ সংঘৰ্ষ…

  • ধেমাজিৰ চমৰাজানত ১০৮ মৃত্যুঞ্জয় বাহন আৰু i20 বাহনৰ সংঘৰ্ষ।
  • গুৰুতৰভাৱে আহত ১০৮ত থকা ৰোগী আৰু আত্মীয়।
  • গোগামুখৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ১০৮ বাহনখন।
  • i20 বাহনৰ ২আৰোহী সামান্যভাৱে আঘাতপ্ৰাপ্ত।
  • ডিব্ৰুগড়ৰ পৰা লখিমপুৰ অভিমুখী আছিল i20 বাহনখন।

The post ধেমাজিৰ চমৰাজানত ১০৮ মৃত্যুঞ্জয় বাহন আৰু i20 বাহনৰ সংঘৰ্ষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2phaNwl
via IFTTT

Comments