অনন্য কেপ্টেইন কুল; উদীয়মান ক্ৰিকেটাৰৰ বাবে নিজৰ চহৰতে একাডেমী খুলিব ধোনীয়ে

টীম ইণ্ডিয়াৰ জাৰ্ছি পৰিধান কৰাৰ সুযোগ পাবনে নাই সেয়া এতিয়াও নিশ্চিত নহয়। অৱসৰ গ্ৰহণৰ বিষয়টোও হোৱা নাই স্পষ্ট। তাৰ মাজতো নিজৰ পৰিকল্পনাত ব্যস্ত কেপ্টেইন কুল ধোনী। ক্ৰিকেটাৰগৰাকীয়ে ভৱিষ্যত পৰিকল্পনাত ৰূপ দিয়াৰ বাবে নিৰৱে কাম কৰি আছে। দেশে-বিদেশে বিভিন্ন স্থানত একাডেমী খুলি ক্ৰিকেটক আগবঢ়াই নিয়াৰ দায়িত্ব লৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় অধিনায়ক হিচাপে বিবেচিত ক্ৰিকেটাৰগৰাকীয়ে। জানিবলৈ পোৱা […]

The post অনন্য কেপ্টেইন কুল; উদীয়মান ক্ৰিকেটাৰৰ বাবে নিজৰ চহৰতে একাডেমী খুলিব ধোনীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2MNLuLt
via IFTTT

Comments