দীপাৱলীত ফটকা-আতচবাজী ফুটুৱাৰ পাছত অধিক প্ৰদূষিত হ’ল বায়ু…

- দেওবাৰে দীপাৱলী উদযাপন কৰিলে সমগ্ৰ দেশবাসীয়ে।
- দীপাৱলীত ফটকা-আতচবাজী ফুটুৱাৰ ফলত প্ৰদূষিত হৈছে বায়ু।

- গাজিয়াবাদত সোমবাৰে বায়ুৰ গুণগত মান হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে।
- একে পৰিস্থিতি দেখা গ’ল লক্ষ্ণৌতো।

- ৰাজধানী চহৰ দিল্লীতো বৃদ্ধি পালে বায়ু প্ৰদূষণ।
- বায়ু প্ৰদূষণ ৰোধৰ বাবে পূব দিল্লী পৌৰ নিগমৰ বাহনেৰে চটিয়ালে পানী।
The post দীপাৱলীত ফটকা-আতচবাজী ফুটুৱাৰ পাছত অধিক প্ৰদূষিত হ’ল বায়ু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PpQJTo
via IFTTT
Comments
Post a Comment