ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা; অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে এফ আই আৰ
ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰি বিপদত পৰিছে অভিনেতা প্ৰকাশ ৰাজ। তেওঁৰ এনে বক্তৱ্যৰ বাবে দুগৰাকী আইনজীৱীয়ে নতুন দিল্লীৰ তিলক মাৰ্গ আৰক্ষী থানাত অভিনেতাগৰাকীৰ বিৰুদ্ধে এক এফ আই আৰ দাখিল কৰিছে। অভিনেতাগৰাকীৰ বক্তৱ্যই হিন্দু সম্প্ৰদায়ৰ অনুভুতিক আঘাত কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে। ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰাৰ বাবেই প্ৰকাশ ৰাজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা […]
The post ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা; অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে এফ আই আৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34884nX
via IFTTT
Comments
Post a Comment