দুটা সন্তানৰ নীতি কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় : মনোজ তিৱাৰী
দিল্লীৰ বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে অসমৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত কৈছে যে অসম চৰকাৰৰ দুটা সন্তানৰ নীতিটো কোনো বিশেষ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। ইয়াক ইতিবাচক ধৰণে গ্ৰহণ কৰিব লাগে। সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠকে যোৱা ২১ অক্টোবৰত দুটাতকৈ অধিক সন্তান থকা পিতৃ বা মাতৃক চৰকাৰী চাকৰিত আৱেদন কৰাৰ বাবে অযোগ্য কৰাৰ সিদ্ধান্ত লৈছিল আৰু এইটো ২০২১ […]
The post দুটা সন্তানৰ নীতি কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় : মনোজ তিৱাৰী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/34hH9px
via IFTTT
Comments
Post a Comment