মিঠাইৰ আদান-প্ৰদানেৰে বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডছৰ সৈতে বিএছএফৰ দীপাৱলী পালন

- দেশ সেৱাত নিয়োজিত বিএছএফৰ দীপাৱলী পালন।
- বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডছৰ সৈতে মিঠাইৰ আদান-প্ৰদান।
- ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে মিঠাই দিয়ে বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডছক।
- চিলিগুৰিত তেনেদৰে পালন কৰা হয় দীপাৱলী।
The post মিঠাইৰ আদান-প্ৰদানেৰে বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ডছৰ সৈতে বিএছএফৰ দীপাৱলী পালন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qO0jFj
via IFTTT
Comments
Post a Comment