চাপানালাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ; শংকিত বালিজুৰি-কাজিৰঙাৰ স্থানীয় ৰাইজ

বন বিভাগৰ অকৰ্মণ্যতা-অচেতনাৰ বাবে বনৰীয়া হাতীৰ জাকে ৰাজ্যৰ বিভিন্ন অঞ্চলত তাণ্ডৱ অব্যাহত ৰখাৰ সমান্তৰালকৈ এইবাৰ চামগুৰিৰ সমীপৱৰ্তি চাপানালাত বনৰীয়া হাতীৰ মুকলি বিচৰণে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসী ৰাইজৰ। বালিজুৰি-কাজিৰঙা গাঁৱৰ মূল হস্তী দণ্ডীটোৰে বনৰীয়া হাতীৰ জাকটোৱে প্ৰৱেশ কৰি অঞ্চলটোৰ খেতি পথাৰ বিনষ্ট কৰাত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষক সকল। হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চাপানালা […]

The post চাপানালাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ; শংকিত বালিজুৰি-কাজিৰঙাৰ স্থানীয় ৰাইজ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/33aDslm
via IFTTT

Comments