‘ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহনা অধিক’: ফ্ৰাঁছোৱা গতিয়েৰ

‘’পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ ভাৱমূৰ্তি আন্তৰ্জাতিক প্ৰেক্ষাপটত ম্লান কৰাত ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমীয়া দেশৰ একাংশ সংবাদ মাধ্যমে।‘’ এই মন্তব্য ভাৰতত কৰ্মৰত জ্যেষ্ঠ ফৰাচী সাংবাদিক ফ্ৰাঁছোৱা গতিয়েৰৰ। মহানগৰীৰ সাংবাদিক সকলৰ লগত হোৱা এক বাৰ্তালাপত গতিয়েৰে পশ্চিমৰ বেছিভাগ সাংবাদিকে ভাৰতক হেয় দৃষ্টিৰে চোৱাৰ প্ৰৱণতা পুহি ৰখা বুলি মন্তব্য কৰে। অৱশ্যে ভাৰতীয় নাগৰিকৰ অবাঞ্ছিত সোৰোপালি আৰু নতুন […]

The post ‘ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহনা অধিক’: ফ্ৰাঁছোৱা গতিয়েৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2p7Kt86
via IFTTT

Comments