লণ্ডনত স্বাধীন মণিপুৰ ঘোষণা আৰু চৰকাৰ গঠন; স্বীকৃতিৰ বাবে ৰাষ্ট্ৰসংঘলৈ

মণিপুৰৰ ৰজা লেইচেম্বা ছানাজাওবাৰ প্ৰতিনিধি বুলি দাবী কৰা মণিপুৰৰ একাংশ লোকে ২৯ অক্টোবৰত লণ্ডনত মণিপুৰ ষ্টেইট কাউন্সিল (Manipur State Council) নামেৰে স্বাধীন মণিপুৰ চৰকাৰ গঠন কৰে। দ্দা হিন্দু নামৰ ভাৰতৰ ৰাষ্ট্ৰীয় বাতৰি কাকতখনৰ উপৰি কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰ গুৰুত্বসহ প্ৰকাশ হৈছে। ভাৰতৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰি প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰে। […]

The post লণ্ডনত স্বাধীন মণিপুৰ ঘোষণা আৰু চৰকাৰ গঠন; স্বীকৃতিৰ বাবে ৰাষ্ট্ৰসংঘলৈ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2pZI0N5
via IFTTT

Comments