সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তত ক্ষুব্ধ; জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি
গোৱালপাৰা জিলা সমবায়সমূহৰ সহকাৰী পঞ্জীয়কগৰাকীয়ে জিলাখনৰ পাঁচখনকৈ সমবায় সমিতিৰ নিৰ্বাচিত সমিতিক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে সহকাৰী পঞ্জীয়কৰ বিৰুদ্ধে জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। দেওবাৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সহকাৰী পঞ্জীয়কৰ এই এক পক্ষীয় সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে। […]
The post সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তত ক্ষুব্ধ; জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2BP5J5a
via IFTTT
Comments
Post a Comment