ইণ্ডিয়ান অইলত চাকৰি; ১৪৯৪টা পদত নিয়োগৰ বাবে আবেদন আহ্বান

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড (IOCL)য়ে ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচ পদৰ বাবে আবেদন বিচাৰিছে। আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰ। চাকৰিৰ সন্ধানত থকা প্ৰাৰ্থীসকলৰ বাবে এটা ভাল সুযোগ। কেনেকৈ আবেদন কৰিব? চাওক সৱিশেষ। পদৰ সংখ্যাঃ ট্ৰেড এণ্ড টেকনিচিয়ান এপ্ৰেন্টিচৰ ১৪৯৪ টা পদৰ বাবে আবেদন বিচৰা হৈছে। অৰ্হতাঃ পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ […]

The post ইণ্ডিয়ান অইলত চাকৰি; ১৪৯৪টা পদত নিয়োগৰ বাবে আবেদন আহ্বান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Wh8zJF
via IFTTT

Comments