কেৰালা ৰাজ্যিক বিজেপিৰ সভাপতি পি এছ শ্ৰীধৰণ পিল্লাইক মিজোৰামৰ নতুন ৰাজ্যপাল নিযুক্তি
কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি পি এছ শ্ৰীধৰণ পিল্লাইক মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শুকুৰবাৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পিল্লাইৰ নামটো উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনৰ নতুন ৰাজ্যপাল হিচাপে ঘোষণা কৰে। পিল্লাইৰ পূৰ্বে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে মিজোৰামৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্বভাৰ গ্ৰহণ কৰি আছিল। ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত সুখ ব্যক্ত কৰে পিল্লায়ে। […]
The post কেৰালা ৰাজ্যিক বিজেপিৰ সভাপতি পি এছ শ্ৰীধৰণ পিল্লাইক মিজোৰামৰ নতুন ৰাজ্যপাল নিযুক্তি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2BGyxN4
via IFTTT
Comments
Post a Comment