ভয়ংকৰ অগ্নিকাণ্ড! জাহ গ’ল ৭০খনকৈ দোকান…

- ওড়িশ্যাৰ সম্বলপুৰত সোমবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড।
- সম্বলপুৰৰ এখন বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

- অগ্নিকাণ্ডত জাহ যায় প্ৰায় ৭০খনকৈ শাক-পাচলিৰ দোকান।
- লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট।
- অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

The post ভয়ংকৰ অগ্নিকাণ্ড! জাহ গ’ল ৭০খনকৈ দোকান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3688QD8
via IFTTT
Comments
Post a Comment