বৰডুমচাৰ কৈলাশপুৰত যৌতুকৰ দাবীত স্বামীয়ে জ্বলালে নিজৰ ঘৰ
তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰত যৌতুকৰ দাবীত পত্নীক অত্যাচাৰ চলোৱা ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে সাত মাহৰ পূৰ্বে কৈলাশপুৰ গাৱঁৰ ৰাতুল চাংমাই নামৰ লোকজনৰ সৈতে ওচৰৰে সোণজান গাঁৱৰ দিপিমা চাংমাই নামৰ মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পাছৰে পৰা যৌতুকৰ নামত এখন মটৰচাইকেল আৰু ১০ হাজাৰ টকা ৰাতুল চাংমাইয়ে দাবী কৰি বিভিন্ন ধৰণে নির্যাতন চলাই […]
The post বৰডুমচাৰ কৈলাশপুৰত যৌতুকৰ দাবীত স্বামীয়ে জ্বলালে নিজৰ ঘৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3300MlQ
via IFTTT
Comments
Post a Comment