নোবেল বিজয়ী ড০ য়ুনিছক ৭ নৱেম্বৰৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
শান্তিৰ নোবেল বঁটা বিজয়ী বাংলাদেশৰ অৰ্থনীতিবিদ ড০ মহম্মদ য়ুনিছক অহা ৭ নৱেম্বৰৰ ভিতৰত শ্ৰম আদালতত আত্মসমৰ্পনৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। আদালতে দেশলৈ উভতি চট্টগ্ৰাম বা ঢাকা বিমানবন্দৰৰ পৰা নিৰ্বিঘ্নে যাতে আত্মসমৰ্পন কৰিব পাৰে তাৰ বাবে আৰক্ষীক তেওঁক গ্ৰেপ্তাৰ বা হাৰাশাস্তি নকৰিবলৈকো নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে সোমবাৰে এই নিৰ্দেশ দিয়ে। ড০ য়ুনিছৰ ভাতৃ মহম্মদ […]
The post নোবেল বিজয়ী ড০ য়ুনিছক ৭ নৱেম্বৰৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31U1LCL
via IFTTT
Comments
Post a Comment